why this page is ? এই পেজ (page) টো এ আপোনাক কিদৰে সহায় কৰিব?

examcolour Q&ACategory: Questionswhy this page is ? এই পেজ (page) টো এ আপোনাক কিদৰে সহায় কৰিব?
admin Staff asked 3 months ago

how can this page help you? এই পেজ (page) টো এ আপোনাক কিদৰে সহায় কৰিব?

1 Answers
Best Answer
admin Staff answered 3 months ago

This is a questions and answers page.

Here you can simply ask your questions or give an answer to other’s questions. We have a group of verified people to solve your problems, they will check every Q&A and verified the correct one with a green colour right symbol. You can also answer if you have the correct solution. Your answer will be helpful for others in the future.  Basically, our aim is to fill the gap of online communication among the Assamese students.

You can do –

  • Ask a question.
  • Answer a question
  • Vote on a Q&A.
  • Post comments.

You are not required to be logged in to ask questions, answer questions, vote on questions, post comments, or view votes, view questions, answers, related comments and information Collection.

To ask and answer a question you must fill your name (nick name also acceptable) and correct email id.(we will never share your email with a third party)

  • Once the question or answer, comment is posted, you cannot make changes or delete them.(so, make sure the content is correct before upload)
  • Once the question status is closed or resolved, you cannot give an answer or a comment.

এই পেজটো এটা প্ৰশ্ন আৰু উত্তৰৰ পেজ। ইয়াত আপুনি জানিব বিচৰা যিকোনো প্ৰশ্ন সুধিব পাৰে আৰু লগতে আনে সোধা প্ৰশ্নৰ উত্তৰ দিব‌ পাৰে।আপোনাৰ প্ৰশ্নৰ উত্তৰৰ বাবে আমাৰ ৱেবছাইটত নিৰ্দ্দিষ্ট সংখ্যক মানুহৰ ব্যৱস্থা কৰা হৈছে তেওঁলোকে আপোনাৰ প্ৰশ্নৰ সঠিক উত্তৰ দিবলৈ যত্ন কৰিব। আৰু আপুনি যদি কোনোৱে সোধা প্ৰশ্নৰ শুদ্ধ উত্তৰ জানে, আপুনিও উত্তৰ দিব পাৰে।আপুনি দিয়া সঠিক উত্তৰে ভবিষ্যতে আপোনাৰ দৰে বহুতক সহায় কৰিব।
আমাৰ এই পদক্ষেপৰ প্ৰধান উদ্দেশ্য হৈছে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলক বিশেষ ভাৱে সহায় কৰা।

আপুনি এই পেজটোত কি কি কৰিব পাৰিব-
১) ইয়াত আপুনি জানিব বিচাৰা যিকোনো প্ৰশ্ন সুধিব পাৰে।
২) প্ৰশ্নৰ উত্তৰ দিব পাৰে।
৩) আপোনাৰ ভাল লগা প্ৰশ্ন আৰু উত্তৰত ভোট দিব পাৰে।
৪) কমেন্ট কৰিব পাৰে।
আপুনি অ্যাকাউন্ট(account) নোখোলাকৈ বা লগ ইন(log in) নকৰাকৈ ইয়াত আপুনি জানিব বিচাৰা প্ৰশ্ন সুধিব , উত্তৰ দিব, ভোট দিব বা কমেন্ট কৰিব পাৰিব।
তাৰ বাবে আপুনি আপোনাৰ নাম আৰু মেইল আই দি (Mail id) শুদ্ধকৈ লিখি উপস্থাপন কৰিব লাগিব।
বি: দ্ৰ: – আপোনাৰ মেইল আই দি কোনো তৃতীয় ব্যক্তিয়ে দেখা নাপায় আমাৰ ৱেবছাইটত আপোনাৰ মেইল আই দি সুৰক্ষিত থাকিব ‌।

Your Answer

13 + 6 =