why is a normal eye not able to see object closer than 25c.m ( সাধাৰণ চকুৱে এটা 25cm তকৈ ওচৰত থকা বস্তু দেখা নাপায় কিয়? )

examcolour Q&Awhy is a normal eye not able to see object closer than 25c.m ( সাধাৰণ চকুৱে এটা 25cm তকৈ ওচৰত থকা বস্তু দেখা নাপায় কিয়? )
Micky asked 5 months ago

why is a normal eye not able to see object closer than 25c.m ( সাধাৰণ চকুৱে এটা 25cm তকৈ ওচৰত থকা বস্তু দেখা নাপায় কিয়? )

2 Answers
Best Answer
Bitupan answered 4 months ago

চকুৰ লেন্ছৰ ফকাছ দৈর্ঘ্য পৰিবৰ্তন কৰিব পৰা সামর্থ্যক উপযোজন ক্ষমতা (accomodation) বোলে I কিন্তু চকুৰ লেঞ্ছৰ ফ’কাছ দৈর্ঘ্য এটা ন্যূনতম মানতকৈ কমাব নোৱাৰি ৷ ছপা কৰা পৃষ্ঠা এটা চকুৰ নিচেই ওচৰত ৰাখি পঢিবনৈ চেষ্টা কৰিলে অস্পষ্ট প্রতিবিম্ব দেখি অথবা চকুত ক্লেশ অনূভৱ কৰি ৷ বস্তু এটা অনায়াসে আৰু স্পষ্টকৈ দেখা পাবগৈ প্রায় 25 ছেমি দৃৰত্বত ৰাখিব লাগিব I চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ্ৰসাধন নকৰাকৈ দেখা পােৱা যায় তাক স্পষ্ট দৃষ্টিৰন্যূনতম দৃৰত্ব (least distance of distinct vision) বুলি কোৱা হয় ৷ ইয়াক চকুৰ নিকট বিন্দু (Near point) বুলিও কােৱা হয় I প্রাপ্ত বয়স্ক যুৱক যুৱতীৰ সুস্থ চকুৰ বাবে এই নিকট বিন্দু চকুৰ পৰা দূৰত্ব প্রায় 25 cm I 

Sanaya khan answered 4 months ago

The  far point human eyes with normal vision is infinity .
The near point of the human eyes with normal vision is 25 cm

Your Answer

16 + 3 =