examcolour Q&ACategory: othersPlease recommend me some common easy for hslc (SEBA)
Yesmin akhtara asked 3 weeks ago

Please recommend me some common easy for hslc (SEBA) sub: Assamese, English

1 Answers
Jadab chandra kalita answered 3 weeks ago

Yesmin akhtara অসমীয়া বিষয়ৰ কাৰণে
ক) তোমাৰ প্ৰিয় সাহিত্যিক
খ) তোমাৰ প্ৰিয় গ্ৰন্থ
গ) অসমৰ প্ৰাকৃতিক দুৰ্যোগ
ঘ) সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
ঙ) তোমাৰ জীৱনৰ লক্ষ্য
চ) বাতৰি কাকত
ছ)  শিক্ষা আৰু মূল্যবোধ
জ) অসমৰ প্ৰাকৃতিক সম্পদ
ঝ)  বিজ্ঞানৰ অবদান
ঞ) অসমৰ বানপানী সমস্যা আৰু প্ৰতিকাৰৰ উপায়।
 এনে ধৰণৰ ৰচনা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দৰকাৰী।।

Hitesh replied 3 weeks ago

Aru English r?

minu replied 4 days ago

thank you

Your Answer

20 + 6 =