বিনিময় প্ৰথা বুলিলে সাধাৰণতে আমি কোনো এটা বস্তুৰ বিনিময়ত কৰা প্ৰত্যক্ষ বিনিময়়়ক বুজো। আমি সকলোৱে সম্পূৰ্ণ ভাবে আত্মনিৰ্ভৰশীল নহয়। আটাইবোৰ লাগতীয়াল সামগ্ৰী আমি নিজে উৎপাদন কৰিব ল’ব নোৱাৰোঁ সেয়ে আমি কিছু পৰিমাণে হ’লেও আনৰ ওপৰত নিৰ্ভৰশীল। আত্মনিৰ্ভৰশীলতাই পৰস্পৰৰ নিৰ্ভৰশীলতাৰ কাৰন।
সহজ ভাষাত বুজিবলৈ হ’লে – ধৰাহ’ল এজন ব্যক্তি (ক)ই ধান উৎপাদন কৰিছে। এক নিৰ্দিষ্ট অভাব পুৰণ কৰিব বাবে তেওঁক সৰিয়হৰ প্ৰয়োজন হয় কিন্তু তেওঁ নিজে সৰিয়হ উৎপাদন কৰা নাই। এতিয়া তেওঁৰ অভাব কেনেকৈ পূৰন হ’ব? এই ক্ষেত্ৰত বিনিময় প্ৰথাই তেওঁক সহায় কৰিব। আন এজন ব্যক্তি(খ) যিয়ে সৰিয়হ উৎপাদন কৰিছে কিন্তু তেওঁ ক ধানৰ প্ৰয়োজন হৈছে। তেতিয়া ব্যক্তি (ক) আৰু (খ) ৰ মাজত বিনিময় হ’ব। ‘ ক’ ই ধানৰ বিনিময়ত ‘খ’ ৰ পৰা পৰিয়ালৰ সংগ্ৰহ কৰি নিজৰ অভাব পুৰণ কৰিব পাৰিব। ঠিক সেইদৰে ‘খ’ ই ‘ক’ ব্যক্তি জনৰ পৰা নিজৰ অভাব পুৰণ কৰিব পাৰিব। এনেদৰে পৰস্পৰৰ মাজত বস্তুৰ আদান প্ৰদান কৰা প্ৰথা ক বিনিময় প্ৰথা বোলা হয়।।
Thanks ma’am 👍
nice question
Whar is lencho
Azadali
Sorry! Do you mean who is Lencho?
Answer:
Lencho was an honest and hard working farmer. He is the main character in the story-‘a letter to god’.Lencho’s corn was totally destroyed because of the storm so he wrote a letter to the God.Lencho thought only of his one hope:the help of God.