Our selection of words and sentences does not depend on (আমাৰ শব্দ আৰু বাক্যৰ নির্বাচন নিৰ্ভৰ কৰে)

Which of the following languages were added to the Eight Schedule Of Our Constitution through 92nd Constitution Amendment? (তলৰ কোন কেইটা ভাষা সংবিধান অষ্টম অধ্যায়ৰ 92 তম ধাৰাত অন্তর্ভূক্ত কৰা হৈছে ?)

Kannanda was declared as a classical language in the year (কানাড়াক পুৰণি ভাষা হিচাপে স্বীকৃতি দিয়া হয়)-

Who among them was a sufi poet? (তলৰ কােনজন ছুফী কবি ?)

‘Rekhta’ is related to (‘ ৰেখটা’ কোনটো ভাষাৰ লগত জড়িত ?)

Which one of the following is not a .‘principle of communicative language teaching? ( তলৰ কোনটো ভাষা শিকাৰ যােগাংযাগ মাধ্যম নহয় ?)

Second languag is learnt (দ্বিতীয় ভাষা শিকিব পাৰি)

Which of the following statement is not true about comprehension? (অনুভূতি সম্পর্কে জ্ঞান কােনটো ধাৰণা শুদ্ধ নহয়) -

The objective of creative literature is not to (সৃষ্টিশীল সাহিত্যৰ বিষয়বস্তু নহয়)

While teaching poem in her class Sukanya recites the poem 2-3 times taking it up for discussion. The main objective in doing so is ( শ্রণী কেঠোও কবিতা এটা পঢ়াই থকাৰ সময়ত সুকন্যাই 2-3 বাৰ কবিতাটো পঢিলে ৷ আলোচনা কৰাৰ আগতে তাই তেনেকুৱা কৰাৰ কাৰণ হল

The process of babbling usually starts at the age of (নিৰর্থক গল্প কোৱা শিশুৱে আৰম্ভ কৰে

Holophrastic stage is (খণ্ডবাক্যৰ সময় )

Which of the following is not included in formal method of learning a language? (তলৰ কােনটো ভাষাশিক্ষাৰ নিয়মীয়া পদ্ধতিৰ আওতাত নপৰে)

Which of the following is helpful to children in language learning? (তলৰ কোনাটো শিশুৰ ভাষা শিকাৰ ক্ষেত্রত সহায়কাৰী)

Generally standardized language belongs to which group of the society? (সধোৰণতে সমাজৰ উন্নত মানৰ ভাষাজ্ঞানটো শ্রেণীৰ অস্তর্ভূক্ত ?)

Which is an important method of assessment of speaking-listening skill? (কথন লিখন কৌশলৰ মাননির্ধাৰণত কোনটো পদ্ধতি দৰকাৰী ?)