Which of the following is not a characteristic of learning? (তলৰ কোনটো শিকনৰ বৈশিষ্ট্য নহয়)

Usefulness of teacher-centred approach to teaching and learning lies only in (শিক্ষা কেন্দ্ৰিক ব্যৱন্থাৰ ঊপকাৰিতা হ’ল)

Problem-solving method of teaching is (শিক্ষাৰ সমস্যা সমাধান পদ্ধতি হল)

Which of the following is not the basic component of classroom environment? (তলৰ কােনটো শ্রেণীকক্ষ পৰিবেশৰ মূল ঊপাদান নহয়)

Which of the following is not a characteristic of learning? ('তলৰ কােনটো বৈশিষ্ট্য খেল ধেমালিৰে শিক্ষা পদ্ধতিৰ ভিতৰত নপৰে ?)

As a teacher, what type of teaching-learning approach will you adopt for all round development of your students? (শিক্ষক হিচাপে শিক্ষণৰ কোনটো ধাৰণা শিক্ষার্থীৰ কাৰণে' উপযােগী বুলি ভাবে ?)

Which of the following approaches of learning will you apply to achieve three major goals-academic achievement, acceptance of diversity and social skill development (তলৰ কোনটো শিক্ষণৰ ধাৰণা আপুনি ব্যবহাৰ কৰিব যিয়ে ছাত্ৰ -ছাত্রীৰ তিনিটা শৈক্ষিক লক্ষ্য প্রাপ্তি বৈশিষ্ট্য, গ্রহণ আৰু সামাজিংক সৃষ্টিশীলতা বিকাশ কৰিব ?)

Multilevel teaching is related with (বহুতৰপীয়া শিক্ষা জড়িত হৈ আছে)

TLM to be for effective teaching-learning situation which should essentially be (শিক্ষণ-শিকন পদ্ধতিত শিক্ষণ'-শিকন সজুলীটো হব লাগিব

A lesson note helps the teacher (এজn শিক্ষকক পাঠ্যক্রমে সহায় কৰে

Write the teaching in multigrade and multilevel class, which of the following will you take care of as a first step? (এটা বহুস্তৰীয় শ্রেণীকােঠাত আমি তলৰ কোনটো পদক্ষেপ প্রথমে ল’ব লাগিব ?)

What will you udo for effective use of TLM in the classroom ( শ্রেণীকোঠাত শিক্ষণ-শিকন সজুলি (TLM) পদ্ধতিটো প্রভাবিত কৰিবলৈ আপুনি কি কৰিব ?)

Interdisciplinary integration refers to (আন্তঃনিয়মানুবর্তিতা সমন্বিত্কৰণ হৈছে)

The main reason for being disadvantaged for some school-going children is (বিদ্যালয়লৈ যেৱা শিক্ষার্থী সকলৰ ডাঙৰ অসুবিধা হৈছে)

As a teacher, what type of integration will you adopt for your students to connect the knowledge of life outside the school? (শিক্ষক হিচাপে আপুনি কোনটো সমন্বিতকৰণ ব্যবহাৰ কৰিব ? শিক্ষার্থীক বাহিৰা জ্ঞান আয়ত্ত কৰাত)

What type of ICT tool will you use in context of teaching-learning process in your classroom? (তলৰ কোনটো ICT আহিলা আপুনি শিক্ষণশিকন পদ্ধতিত গ্রহণ কৰিব ?)

For which of the following can you use internet in teaching-learning process? (শিক্ষক শিক্ষন পদ্ধতিত তলৰ কোনটো বিষয়ত internet ব্যবহাৰ কৰিব ?)

Depending on the type of items, how many categories of test are there? (ধৰণৰ ওপৰত নিৰ্ভৰ কৰি, পৰীক্ষাক কেই ভাগত ভগাব পাৰি ?)

As a teacher, how will you analyze the assessment results of your students for improving their learning? (এজন শিক্ষক হিচাপে ছাত্র-ছাত্রীৰ শিক্ষণ পদ্ধতিটোঊন্নত কৰিবলৈ কি কৰিব ?)

Self-prepared TLM is more advantageous than published TLM because (প্রকাশিত শিক্ষণ-শিকন সঁজুলিতকৈ নিজে বনােৱা শিক্ষণ-শিকন সঁজুলি বেছি সুবিধজক কাৰণ)

Multigrade teaching is a situation in which (বহুস্তৰীয় শিক্ষণ এনে এটা অবস্থা, য’ত)

Integrated textbooks are intended primarily for (সংহত পাঠ্যপুথিবোৰে সাধাৰণতে পৰিকল্পনা কৰা হয়)

Assessment results may be analyzed (মূল্যায়নৰ ফলাফল বিশ্লেষণ কৰিব পাৰি)

According to the modes of response, how many categories of test items can be developed? (সঁজুলিৰ ধৰণৰ ওপৰত নির্ভৰ কৰি, পৰীক্ষাৰ বিষয়ক ( টেষ্ট অইিটেমক) কেইটা ভাগত ভাগ কৰিব পাৰি)

In which of the following situations, assessment as learning is possible? (তলৰ কোনটো পৰিস্থিতিত মূল্যায়ন শিকন হিচাপে সম্ভব)

Which of the following tools will you use for analyzing quantitative data? (ণ্ডণগত তথ্য বিশ্লেষণৰ বারে তলৰ কোনটো সঁজুলি ব্যবহাৰ কৰিব)

The main component of classroom process is ( শ্রেণী প্রক্রিয়াৰ মূল ঊপাদান হ’ল)

Which of the following does not come under ICI tools? (তলৰ কোনটো অই চি টি সজুলিৰ ভিতৰত নাহে)

Which of the following is the best way to maintain discipline in the class? ( শ্রেণীত ছাত্রক নিয়মানুৱর্তিতা মানি চলিবলৈ শিকাৱাৰ ঊত্তম ঊপায় হৈছে)

The main reacon for discrimination of children in the schools is (বিদ্যালয়ত ছাত্র-ছাত্রীৰ্ পক্ষপাতিত্বৰ মূল কাৰণ হ’ল)