Education for inculation of natural values can be achieved by (জাতীয় মূল‍্যবোধৰ বাবে শিক্ষণ বা শিক্ষা আহৰন কৰিব পাৰি-)

Which one of the following institutions is established as support institution in the field of educational management? তলৰ কােনটো প্রতিষ্ঠান শিক্ষা পৰিচালন (এডুকেচন মেনেজমেন্ট) সমৰ্থিত প্রতিষ্ঠান হিচাপে স্থাপন কৰা হৈছিল ?

Microplanning aims at (মইিক্রপ্লেনিঙৰ উদ্দেশ্য হ'ল -

Sakhar-Shalas are called ‘Second Semester School’ because (Sakhar-Shalas বোৰ্ক ‘Second Semester School’ বুলি কোৱাৰ কাৰণ হল -)

Which one of the following is not included in the multimedia packages? ‘মাল্টিমেডিয়া পেকেজত তলৰ কোনতো অন্তর্ভুক্ত কৰা নাই?

Under UEE, a core planning team has to be formed because * সার্বজনীন প্রাথমিক শিক্ষা(UEE) ৰ অধীনত এটা বাধ্যতামূলক আঁচনি দল গঠন কৰাৰ, কাৰণ -

D.E1.Ed. course is undergoing lots of changes based on ডি এল ই এড পাঠ্যক্রমটো তলৰ কােনটোৰ ওপৰত নির্ভৰ কৰি পৰিবর্তন কৰা হৈছে-

Which one of the following improved to a great in terms of enrolment of students and their continuity in school education? তলৰ কােনটোৱে বিদ্যালয়ৰ শিক্ষাত ছাত্র-ছাত্রীৰ্ ধাৰাবাহিক নামভর্তি প্রক্রিয়া বৃদ্ধি কৰে-

In the Jorntein Conference 1990, the participants reaffirmed which one of the following? জমেটিয়েন সম্মিলন, ১৯৯০ ত অংশগ্রহণ কৰাসকলে তলৰ কােনটো সূনিশ্চিত কৰিছিল

Identify the essential feature of Sarva Shiksha Abhiyan.( সৰ্বশিক্ষা অভিযানৰ গুক্ত্নপূৰ্ণ বৈশিষ্ট্য টো হ’ল)

Which responsibility is performed by the District Elementary Education Officer? জিলা প্রাথমিক শিক্ষা বিষয়া (DIET)ৰ ভুমিকা )

Which one of the following conditions gaves a government aided or an unaided private school from getting derecognized under the REF Act, 2009 ( তলৰ কোনটো অৱস্থাই চৰেকাৰী অনুদানপ্রাপ্ত আৰু অনুদানপ্রাপ্ত নােহােৱা ব্যক্তিগত বিদ্যালয়বোৰক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ৰ অধীনত অস্বীকৃতিপ্রাপ্ত হোৱাৰ পৰা বচায়)

1. Which one of the following is not a professional requirement of a teacher today? (তলৰ কােনটো আজিৰ দিনত বৃত্তিগত শিক্ষণৰ বাবে প্ৰয়ােজ্জীয় নহয় )

Identity the recommendation made by Kothari Commission for promoting social and national integration. ( কোঠাৰী আয়ােগে সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতি বৃদ্ধিৰ বাৱে অাগব‌ঢ়োৱা পৰামস সমূহ চিহ্নিত কৰা)

To achieve to cherished goals of the RTE Act, 2009, as a teacher it is our prime duty to (আৰ.টি.ই. অাইনত ২০০৯ ৰ লক্ষ্যসমূহ প্রাপ্তিৰ বারে এজন শিক্ষকম্ৰ মূল কার্য্য হ’ল)

NCERT’S one of the Regional Institutes of Education (RIE) is located at (NCERT ৰ এখন আঞ্চলিক শিক্ষা সংস্থান তলৰ কোন ঠাইত অৱন্থিত)

Which among the following is the main function of SIEMAT, related to acquisition of knowledge? (তলৰ কোনটো SIEMAT ৰ্ প্রধান কাৰ্য্য জ্ঞান আহৰণৰ ক্ষেত্রত )

On-site support to teachers is provided through (শিক্ষসকলক একপক্ষীয় সহায় (On site support) কৰাৰ মাধ্যম হ’ল)

Siksha Karmi Project is an educational programme ‘implemented by the Government of (শিক্ষাকর্মী আঁচনি, এক শৈক্ষিক আঁচনি কোন চৰকাৰৰ দ্বাৰা প্রচাৰ কৰা হৈছিল ?)

Which one of the following strategies is least helpful in developing competency among teachers? (তলৰ কােনবােৰ কৌশল শিক্ষক সকলৰ মাজত প্রতিযোগিতা ব‌‍ৃদ্ধিৰ ক্ষেত্রত নিম্নতমভাবে সহায় কৰে)

As per directions of the Supreme Court of India, which of the following provisions related to prepare Mid-day Meal Scheme is in accordance with the norms? (ভাৰতবর্ষত সৰ্ব্বোচ্চ ন্যায়ালয়ৰ নির্দেশমতে তলৰ কোনটো ব্যৱস্থা মধ্যাহ্ন ভোক্রা আঁচনিৰ প্ৰস্তুত কৰাৰ লগত জড়িত' ?)

Which of the following can be termed not a part of the micro-planning exercise? (তলৰ কােনটো ক্ষুদ্র পৰিকল্পনা কার্যক্রমণিকাৰ অন্তর্ভূক্ত নহয়)

Identify ‘the role and responsibility of District Elementary Education Officer. (জিল‍া প্রাথমিক শিক্ষা বিযয়াৰ দায়িত্ব অাৰু ভূমিকা চিহ্নিত কৰা)

The curriculum for primary teacher education is developed by (প্রাথমিক শিক্ষকৰ শিক্ষাৰ পাঠ্যক্রম প্রস্তুত কৰিছে )

Who among the following have been marginalized .on account of their disability and lack of awareness .of parents and community? (তলৰ কোনটোক তেওঁলোকৰ অসমর্থতা আৰু অভাৱকৰ তথা জাতিৰ সজাগতাৰ অভাৱৰ প্রাপ্তিকভাবে পিছ পৰি অাছে ? )

The Siksha Karmi Project aims at all of the following, except (শিক্ষাকর্মী প্রকল্পৰ ঊদ্দেশ্যসমূহ হ’ল এটাক বাদ দি)

Which one of the following opinions is not according to the ‘concept-based curriculum and textbooks’ as suggested by the Yashpal Committee? (তলৰ কােনটো মতামত যশপাল কমিটীৰ ধাৰণাৰ ওপৰত নিৰ্ভৰশীল পাঠ্যক্রম আৰু পাঠ্যপুথি’ নির্দেশনা মতে নহয়)

“Knowledge is the third eye of an individual” is the quotation from ‘জ্ঞান হৈছে প্রত্যেক ব্যক্তিৰে তৃতীয় চক্ষু’-এইঊক্তিটো লোৱা হৈছে

Which one of the following illustrates the role of DIET? (তলৰ কােনটোৱে DIET ৰ অর্থ ব্যাখ্যা কৰে?